সাধাৰণ জ্ঞান-কুইজ

©Admin
0
(১)মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?

উত্তৰ: কৌবাং 

(২) ‘বিলাতৰ চিঠি’ নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
উত্তৰ: জ্ঞানদাভিৰাম বৰুৱা 
 
(৩) ক’লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
উত্তৰ: ৩০ অক্টোবৰ তাৰিখে ।
 
(৪) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
উত্তৰ: চীন 
 
(৫) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে 
 
(৬) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
উত্তৰ: ডাবলিন 

(৭) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
উত্তৰ: ঘেঁহু

(৮) প্রথম খন অসমীয়া কৃষি আলোচনী কি?

উত্তৰ:- আসাম কৃষক (ASAM KRISHOK)

(৯) “সাধুকথাৰ কুকি” কোনে লিখিছিল ?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা

(১০) শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট শীর্ষক শিশুৰ কিতাপখন কোনে ৰচনা কৰিছিল ?

উত্তৰ:- ভবেন্দ্ৰ নাথ শ‍ইকীয়া

(১১)ড. অৰূপা কলিতা পটংগিয়াই অসম উপত্যকা সাহিত্য বঁটা কেতিয়া লাভ কৰিছে ?

উত্তৰ:- 2016 চনত

(১২)লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ‘ৰসৰাজ’ উপাধিৰে সন্মানিত কৰে ?
উত্তৰ:- ১৯৩১ চনত

(১৩)বৰগীত বিলাক হিন্দী ভাষালৈ কোনে অনুবাদ কৰে ?
উত্তৰ:- দেৱী প্ৰসাদ বগৰোদিয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)